যেতিয়াই নাপাইছিলো তোমাৰ খবৰ, পুতলা হৈ পৰিছিলো প্ৰযুক্তিৰ হাতত। Fb,WA আৰু Instagram ৰ দুনিয়াত হাবাথুৰি খাই ফুৰিছিলো বিচাৰি তোমাৰ খবৰ। তীব্ৰ উত্তেজনা আৰু মানসিক দন্দত পৰিছিল ভাগি মোৰ থুনুকা হৃদয়। চাবুকৰ কোবত যেন চিৰাচিৰ দেহা । প্ৰযুক্তিৰ বুটাম টিপি তোমাৰ খবৰ বিচৰাই যেন মোৰ বেহা । অনন্ত প্ৰতীক্ষাৰ অন্তত তোমাৰ খবৰ, জুৰ পেলাই দিছিল মোৰ অশান্ত হৃদয়। আলফুলে পঢ়ি ৰাখিছিলোঁ বাৰ্তা সযতনে, যেন বুকুৰ মাজত সুমুৱাই থৈছোঁ তোমাকেই । ৰৈ যাব নিশ্চয় মোৰ সপোন সেমেকা হৈ , যিদৰে ৰৈ যাব মোবাইলৰ ডাটা আধৰুৱা কৈ। কাৰণ ইটো প্ৰান্তত নাই যে আজি তোমাৰ সহাৰি ।
Romantic Assamese Hot Stories,Love relationship Tips, Hot Romantic Assamese Poems, Hot & Funny Assamese SMS, Romantic Female Psychology, Teen Girls Health & Beauty Tips, Human Behavior & Psychology to conquer the world.. Feel the pulse of youth of Assam and North East India. Lovely Romantic Photography of Assamese Girls, Romance & Dating , Entertainment, Knowledge management,Life Style, Sex and Many More...