দেহাত ৰৈ গ'ল কিছূ মধুৰ স্মৃতি ,
লিৰিকি বিদাৰি কৰিছো তকে ৰোমন্থন |
লিৰিকি বিদাৰি কৰিছো তকে ৰোমন্থন |
পলে পলে অনুভৱ শিহৰণৰ মধুৰ ঝনকাৰ ;
ঘৰ্মাক্ত দেহাত অবসাদৰ লভিছো পৰম তৃপ্তি |
উঠন বুকুৰ মাজেদি আগুৱাই গৈছে ঘামৰ কনিকা,
এৰিথৈ গৈছে মিঠা মিঠা গোন্ধ এটা |
শীতকালতো অনুভৱ গ্ৰীষ্মকাল প্ৰখৰতা,
পৰিবলৈ নিদিওঁ শাত এই গাভৰু দেহাক ।
Comments
Post a Comment