যেতিয়াই নাপাইছিলো তোমাৰ খবৰ,
পুতলা হৈ পৰিছিলো প্ৰযুক্তিৰ হাতত।
পুতলা হৈ পৰিছিলো প্ৰযুক্তিৰ হাতত।
Fb,WA আৰু Instagram ৰ দুনিয়াত
হাবাথুৰি খাই ফুৰিছিলো বিচাৰি
তোমাৰ খবৰ।
হাবাথুৰি খাই ফুৰিছিলো বিচাৰি
তোমাৰ খবৰ।
তীব্ৰ উত্তেজনা আৰু মানসিক দন্দত
পৰিছিল ভাগি মোৰ থুনুকা হৃদয়।
পৰিছিল ভাগি মোৰ থুনুকা হৃদয়।
চাবুকৰ কোবত যেন চিৰাচিৰ দেহা ।
প্ৰযুক্তিৰ বুটাম টিপি তোমাৰ খবৰ
বিচৰাই যেন মোৰ বেহা ।
প্ৰযুক্তিৰ বুটাম টিপি তোমাৰ খবৰ
বিচৰাই যেন মোৰ বেহা ।
অনন্ত প্ৰতীক্ষাৰ অন্তত তোমাৰ খবৰ,
জুৰ পেলাই দিছিল মোৰ অশান্ত হৃদয়।
জুৰ পেলাই দিছিল মোৰ অশান্ত হৃদয়।
আলফুলে পঢ়ি ৰাখিছিলোঁ বাৰ্তা সযতনে,
যেন বুকুৰ মাজত সুমুৱাই থৈছোঁ তোমাকেই ।
যেন বুকুৰ মাজত সুমুৱাই থৈছোঁ তোমাকেই ।
ৰৈ যাব নিশ্চয় মোৰ সপোন সেমেকা হৈ ,
যিদৰে ৰৈ যাব মোবাইলৰ ডাটা আধৰুৱা কৈ।
কাৰণ ইটো প্ৰান্তত নাই যে আজি তোমাৰ সহাৰি ।
যিদৰে ৰৈ যাব মোবাইলৰ ডাটা আধৰুৱা কৈ।
কাৰণ ইটো প্ৰান্তত নাই যে আজি তোমাৰ সহাৰি ।

Comments
Post a Comment