Assamese Poem Assamese Abstract Modern Poem পৃষ্ঠাই পৃষ্ঠাই বিন্দুৰ সমাহাৰ। অসলগ্ন কিছু বিন্দু; নাই যেন কোনো সম্পৰ্ক। উপলব্ধিয়ে যেতিয়া বুজাই দিয়ে বিন্দুৰ যোগসূত্ৰ, শিহৰিত হয় প্ৰাণ, মুগ্ধ কৰে অন্তৰ, দেহত সঞ্চাৰ আবেগৰ বিজুলী বাণ । যিমানেই উদ্ধাৰ ৰহস্য ৰ মায়াজাল, সিমানে বিস্ময়ত পুলকিত প্ৰাণ । আধা মেলা পুৰনি উৱলী যাব ধৰা কিতাপ খন । ********
Romantic Assamese Hot Stories,Love relationship Tips, Hot Romantic Assamese Poems, Hot & Funny Assamese SMS, Romantic Female Psychology, Teen Girls Health & Beauty Tips, Human Behavior & Psychology to conquer the world.. Feel the pulse of youth of Assam and North East India. Lovely Romantic Photography of Assamese Girls, Romance & Dating , Entertainment, Knowledge management,Life Style, Sex and Many More...