নিজান ৰাতি, আউলি বাউলী তোমাৰ কেশ , আধা মেলা নয়নৰ চঞ্চলতাই, আজি কিয় শুবলৈ দিয়া নাই গুলপীয়া ওঠ দুটিক ? স্নিগ্ধ জোনাকৰ মধুৰ স্পৰ্শই কপনি তুলিছে হৃদয়ৰ কোনোবা নিভাঁজ কোনত । সৰিছে নিয়ৰ আজি, সেমেকিছে দুবৰি, মিলনৰ পূণ্য ভুমিত একেকাৰ হবৰ মন গৈছে , সাঁতুৰি নাদুৰি তোমাৰ হৃদয়ত ।
Romantic Assamese Hot Stories,Love relationship Tips, Hot Romantic Assamese Poems, Hot & Funny Assamese SMS, Romantic Female Psychology, Teen Girls Health & Beauty Tips, Human Behavior & Psychology to conquer the world.. Feel the pulse of youth of Assam and North East India. Lovely Romantic Photography of Assamese Girls, Romance & Dating , Entertainment, Knowledge management,Life Style, Sex and Many More...