মন যোৱা নাই। শুকান বতৰত আকাংক্ষাৰ লহৰ মাৰ গৈছে ধুলি বালিৰ পচোৱাৰ মাজত । ৰোমাণ্টিক প্ৰেমৰ কবিতাত থাকে মাত্ৰ আবেগ অনুভুতি মিশ্ৰিত কল্পনাৰ লহৰ। কোনোবা অতৃপ্ত কবিৰ মনৰ অপূৰ্ণ বাসনা , নোপোৱাক ঢাকি ৰখাৰ আপ্ৰাণ অপচেষ্টা । প্ৰেমে তেতিয়াহে পূৰ্ণতা পায় , যেতিয়া দুই শৰীৰৰ ঘৰ্মাক্ত দেহৰ আমেজ ভৰা যুগল বন্দিত কপিউঠে সমগ্ৰ ধৰা। প্ৰেম মানে নিঃসঙ্গতাৰ কলীয়া ডাৱৰক জীৱনৰ স'তে ধেমালিৰ সুযোগ নিদিয়াৰ। গোপনে পৰস্পৰে পৰস্পৰত সমাহিত হৈ ব্যাপ্ত হয় যেন শিৰাই শিৰাই । মতলীয়া কৰি তোলে মন প্ৰাণ, উত্তেজিত কৰি তোলে শৰীৰৰ ৰাসায়ন । জীপাল আৰু অৰ্থ পূৰ্ণ কৰিতোলে জীৱনটো। হাজাৰ জনৰ হাবাথুৰি, নাপাই এই জীৱনত , পূৰ্ণ নিস্বাৰ্থ প্ৰেমৰ সংজ্ঞা। প্ৰনিপাত জনাইছো হৃদয়ৰ নিভাঁজ কোনৰ পৰা, পাইছো পূৰ্ণতা, তোমাৰেই দুবাহুত। বহাগ আহিব , গছেও কুঁহিপাত মেলিব ধৰালৈ নামিব সেউজ ।।। ..... মন যোৱা নাই .অ'........।
Romantic Assamese Hot Stories,Love relationship Tips, Hot Romantic Assamese Poems, Hot & Funny Assamese SMS, Romantic Female Psychology, Teen Girls Health & Beauty Tips, Human Behavior & Psychology to conquer the world.. Feel the pulse of youth of Assam and North East India. Lovely Romantic Photography of Assamese Girls, Romance & Dating , Entertainment, Knowledge management,Life Style, Sex and Many More...