Skip to main content

নিঃসঙ্গতাৰ ভয়াবহ ইংগিত Assamese poetry kobita

নিঃসঙ্গতাৰ ভয়াবহ ইংগিত ।

যন্ত্ৰণাৰ চৰম মাদকতাত লুতুৰিপুতুৰি,
আবেগ অনুভূতিৰ লগত উমলি,
মিতিৰালি পাতিছো আজি আন্ধাৰ লগত,
ৰঙাদলিচা পাৰি জনাইছোঁ আদৰণি,
বহি আন্ধাৰ শোৱনিকোঠাত ।।

Comments