পৃষ্ঠাই পৃষ্ঠাই বিন্দুৰ সমাহাৰ।
অসলগ্ন কিছু বিন্দু; নাই যেন কোনো সম্পৰ্ক।
উপলব্ধিয়ে যেতিয়া বুজাই দিয়ে বিন্দুৰ যোগসূত্ৰ,
শিহৰিত হয় প্ৰাণ, মুগ্ধ কৰে অন্তৰ, দেহত সঞ্চাৰ আবেগৰ বিজুলী বাণ ।
যিমানেই উদ্ধাৰ ৰহস্য ৰ মায়াজাল,
সিমানে বিস্ময়ত পুলকিত প্ৰাণ ।
আধা মেলা পুৰনি উৱলী যাব ধৰা কিতাপ খন । ********

Comments
Post a Comment