চকুৰ পানীৰে তিয়াই দিছিলি,
একমাত্ৰ সাৰথি কৰি গাৰুটোক ।
নিসংগতাক দিছিলি বিদায় ,
পাই অবেগ অনুভুতিৰ অৰ্থ বোৰ ।
নাযায় অথলে নিদ্ৰা বিহীন ৰজনীৰ
ব্যাকুলতা ভৰা দিন বোৰ ।
তয়েই যোগী , তয়েই তপস্বী , তয়েই ৰাধা,
তয়েই পাৰ্বতী,
তয়েই লিখিছ তোৰেই অমৰ গাথা ।
Romantic Assamese Hot Stories,Love relationship Tips, Hot Romantic Assamese Poems, Hot & Funny Assamese SMS, Romantic Female Psychology, Teen Girls Health & Beauty Tips, Human Behavior & Psychology to conquer the world.. Feel the pulse of youth of Assam and North East India. Lovely Romantic Photography of Assamese Girls, Romance & Dating , Entertainment, Knowledge management,Life Style, Sex and Many More...
চকুৰ পানীৰে তিয়াই দিছিলি,
একমাত্ৰ সাৰথি কৰি গাৰুটোক ।
নিসংগতাক দিছিলি বিদায় ,
পাই অবেগ অনুভুতিৰ অৰ্থ বোৰ ।
নাযায় অথলে নিদ্ৰা বিহীন ৰজনীৰ
ব্যাকুলতা ভৰা দিন বোৰ ।
তয়েই যোগী , তয়েই তপস্বী , তয়েই ৰাধা,
তয়েই পাৰ্বতী,
তয়েই লিখিছ তোৰেই অমৰ গাথা ।
Comments
Post a Comment