সকলো স্পৰ্শই শিহৰিত কৰিব নোৱাৰে মন প্ৰাণ,
হব পাৰে ই মাত্ৰ ক্ষণতেকীয়া জৈবিক সন্তুষ্টি।
প্ৰবল তাৰনা আৰু আবেগ মিহলি এক পলৰ মাত্ৰ এটা স্পৰ্শই আনিদিয়ে সমস্ত জগতৰ পূৰ্ণ মাদকতা ।
এৰি থৈ যায় পৰম শুখানুভুতি,
যি স্বৰ্গীয়,
যি চৰম মানবীয় অভিব্যক্তি ।
যি স্বৰ্গীয়,
যি চৰম মানবীয় অভিব্যক্তি ।
বৰ্ননাতীত পৰম তৃপ্তি।
Comments
Post a Comment