পাৰিছা ।
শিকিছা ।
সহিছা ।
কৰিছা ।
ভুগিছা ।
ডুবিয়াইছা ।
বুটলিছা ।
দেখিছা ।
পাৰিবা।
............................................
আগুৰি লৈছা ,
পাৰিছা ।
ন ন অভিজ্ঞতা,
শিকিছা ।
কৰ্মৰ প্ৰবল হেছা,
সহিছা ।
জ্ঞানৰ পূৰ্ণ ব্যৱহাৰ,
কৰিছা ।
মানসিক চাপত,
ভুগিছা ।
অনুভুতিৰ সাগৰত,
ডুবিয়াইছা ।
প্ৰেম ভৰা মৰম,
বুটলিছা ।
জীৱন ৰঙীন সপোন,
দেখিছা ।
আগুৱাই গৈ থকা,
পাৰিবা।
Comments
Post a Comment