নপৰিব যিদিনা,
মনত তোমালৈ,
জানিবা সিদিনা,
বিলিন হলো বুলি।
মনত তোমালৈ,
জানিবা সিদিনা,
বিলিন হলো বুলি।
এৰি থৈ যাম সমস্ত পৃথিৱী,
লগত লৈ যাম তোমাৰ স্মৃতি।
লগত লৈ যাম তোমাৰ স্মৃতি।
লৈছো অম্লজান উশাহত আজি,
নহয় কিন্তু ই মোৰ জীয়াই থকাৰ আশক্তি।
নহয় কিন্তু ই মোৰ জীয়াই থকাৰ আশক্তি।
কৰিছো স্মৰণ ক্ষণে ক্ষণে তোমাক,
ই যে মোৰ জীৱনৰ চালিকা শক্তি।
Comments
Post a Comment